7
এশিঙীয়া গঁড়ৰ সুৰক্ষা
অসমৰ গৌৰৱ এশিঙীয়া গঁড়ে
অভয়াৰণ্যত আজি নিৰ্ভয়ে চৰে
বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত অসময়ত ধনীভূত হোৱা এশিঙীয়া গঁড়ৰ বিলুপ্তিৰ আশংকা এতিয়া আঁতৰি গৈছে। চোৰাং চিকাৰীৰ হাতত প্ৰায় প্ৰতিদিনে গঁড় নিধন হোৱা ভয়াৱহ খবৰবোৰ এতিয়া অতীত হ’ল। অসম চৰকাৰৰ তত্ত্বাৱধানত আৰু গোলাঘাট আৰক্ষীৰ নেতৃত্বত মুঠ ১২খন জিলাৰ আৰক্ষীয়ে ‘অপাৰেচন ফেলকন’ৰ দ্বাৰা এই মহৎ কাম সম্ভৱ কৰি তুলিলে।
- বিগত দহ-পোন্ধৰ বছৰৰ চোৰাং চিকাৰীৰ গতি-বিধিৰ অধ্যয়ন ।
- অসম, নাগালেণ্ড, মণিপুৰ আদি ৰাজ্যৰ আৰু ম্যানমাৰৰ ডটা গেং চিনাক্ত ।
- ১৫০ গ্ৰেপ্তাৰ, ২টা এনকাউণ্টাৰ, অজস্ৰ অস্ত্ৰ-শস্ত্ৰ জব্দ ।
- বিগত ২ বছৰত কৰা ১২বাৰ গঁড় হত্যাৰ অপচেষ্টা বনকৰ্মী আৰু আৰক্ষীৰ দ্বাৰা প্ৰতিৰোধ ।
