
শ্ৰীযুত বলিন চেতিয়া
বিধায়ক ( পঞ্চম বাৰলৈ নিৰ্বাচিত)
৮১ নং শদিয়া বিধানসভা সমষ্টি
ৰাইজে ৰাখিছে মনত মোৰ নাম ,
ৰাইজৰ সেৱাই মোৰ চিৰন্তন কাম ,
শদিয়াৰ আকাশ-বতাহেই মোৰ প্ৰাণ ,
হ'ব নিদিওঁ মই কেতিয়াও ম্লান,
শদিয়া সদায় হৈ ৰ'ব জ্যোতিষ্মান..
মই সেৱক শদিয়াৰ
চিৰ জাগ্ৰত বহ্নিমান…….

ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ ভৱিষ্যত , এদিন এই দেশখন তেওঁলোকেই পৰিচালনা কৰিব লাগিব। মোৰ প্ৰাণৰ কৰ্মভূমি শদিয়াৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত মই ব্যক্তিগতভাৱে এক সুন্দৰ যোগাত্মক শৈক্ষিক পৰিৱেশ নিৰ্মাণৰ কাৰণে সদায় চেষ্টা কৰি যাম । একাডেমীক কেৰিয়াৰ গঠনৰ সমান্তৰালকৈ তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ সৃষ্টি কৰাটো আমাৰ দায়িত্ব । এই দিশত অনাগত দিনত ৰাইজৰ সহযোগত কাম কৰি যোৱাৰ সংকল্প লৈছোঁ ।
হে’ মোৰ জীৱনৰ ৰক্তপ্ৰবাহ ..
হে’ মোৰ আত্মাৰ আপোন
প্ৰিয় শদিয়াবাসী ৰাইজ…..
মই আপোনালোকৰ সেৱক মাথোঁ
বলিন চেতিয়া…..
আপোনালোকৰ আশীৰ্বাদ আৰু
সাগৰ ভৰা মৰমেই মোৰ
উশাহ ,স্বপ্ন আৰু সাহস গতিশীলতাৰ….
আপোনালোকৰ হাঁহিৰ মাজতেই মোৰ
জীৱনৰ সুখৰ সঁফুৰা….
দুখ লাগে কেতিয়াবা ঈশ্বৰৰ দৰে
বিচাৰিলে নোৱাৰোঁ সকলো দিব……
তথাপি মই আপোনালোকৰ কাষত
চিৰদিন অক্লান্ত সেৱক হৈ ৰ'ম …
Read Latest Articles
আধুনিক অসমৰ মহানায়ক
বানপানী এক প্ৰাকৃতিক দুৰ্যোগ, যাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ মানুহৰ ওচৰত নাই । পৃথিৱীৰ প্ৰান্তে…
চিন্তাৰ সমুদ্ৰত ঢৌ সৃষ্টি কৰা এটি বক্তৃতা
আজি ইং ১৫/০৬/২০২৬ , অসম বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ…
২ লাখ চাকৰি : অমাবস্যাৰ পৰা পূৰ্ণিমাৰ জোনাকলৈ
প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা একমাত্ৰ মুখ্যমন্ত্ৰীজনেই হৈছে সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা…
মই যদি জাতিয়তাবাদী নহয় !
কিছুমানে ক’ব খোঁজে যে বিজেপি হেনু জাতিয়তাবাদী নহয় , অসমৰ তথা আই অসমীৰ শুভ…
বিজেপিৰ শৰীৰত মাথোঁ লাচিতৰ তেজ
আমি ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ ৰণৰ কথা জানোঁ। কিদৰে আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকনে নৰীয়া…
হেজাৰ জীৱন আৰু এখন দলং
শদিয়াৰ ৰাইজে পাহৰি যাব নেলাগিব যে একমাত্ৰ বিজেপি চৰকাৰৰ নেতৃত্বৰ বাবেই শদিয়াৰ ৰাইজে লাভ…
বোনাপাৰ্ট গোষ্ঠীৰ এজন অদম্য মানুহৰ সন্ধানত
( ২০১৭ চনতেই লিখা এটি অপ্ৰকাশিত প্ৰবন্ধ ) “The heights by great men reached…
শদিয়াৰ পৰিৱৰ্তনৰ পূজাৰী শ্ৰীযুত বলিন চেতিয়া
২৫ টা বছৰ , কিছুমানে ক’ব খোজে যে শদিয়াৰ একো কাম হোৱা নাই ,…
