শ্বহীদৰ পবিত্ৰ সোঁৱৰণ
সুবিশাল স্মাৰকেৰে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া ৮৬০গৰাকী জাতীয় শ্বহীদৰ পবিত্ৰ সোঁৱৰণত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত সুবিশাল শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। ২০২৫ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনাখন এই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰা হয়।

  • ১৫০ বিঘাতকৈ অধিক মাটিকালিৰ বিশাল চৌহদ
  • নিৰ্মাণ ব্যয় প্রায় ১৭০ কোটি টকা
  • বহুমহলীয়া স্মাৰক-গৃহৰ ওপৰত সুউচ্চ স্তম্ভ
  • গুৱাহাটী মেট্ৰ’পলিটান উন্নয়ন কৰ্তৃপক্ষৰ চৌহদ চোৱা-চিতা কৰাৰ দায়িত্ব
  • আকৰ্ষণীয় পৰ্যটনস্থল আৰু শ্বহীদ তৰ্পণৰ শ্ৰদ্ধাৰ্ঘ্য ক্ষেত্ৰ
Scroll to Top