ছাত্ৰ-যুৱ কল্যাণ৩৩
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান : ডিগ্ৰীধাৰীলৈ সহযোগিতাৰ হাতTagline:
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
যুৱক-যুৱতীয়ে পালে নৱজীৱনৰ সন্ধানশিক্ষা সমাপন কৰি সংস্থাপনৰ সন্ধানত থকা শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বী হোৱাত সহযোগিতাৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়াই আহিছে।Highlights:পেছাদাৰী ডিগ্ৰীধাৰীক ৫ লাখকৈ টকাসাধাৰণ ডিগ্ৰীধাৰীক ২ লাখকৈ টকা৫০ শতাংশ অনুদান / ৫০ শতাংশ ঋণ২০২৬ বৰ্ষৰ জানুৱাৰী পৰ্যন্ত প্ৰায় ১ লাখ যুৱক-যুৱতী উপকৃত

Scroll to Top