21
ঐতিহ্যমণ্ডিত এলেকাৰ ৰক্ষণাবেক্ষণঅসমৰ ঐতিহ্যমণ্ডিত ধৰ্মানুষ্ঠান আৰু পুৰাতন কীৰ্তিচিহ্নসমূহৰ ৰক্ষণাবেক্ষণৰ অৰ্থে চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লৈছে। এনে গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থানৰ চৌপাশে ৫ কিলোমিটাৰ এলেকা সামৰি ‘হেৰিটেজ ব্লক’ গঠন কৰা হৈছে।বটদ্ৰৱা, বৰপেটা আৰু মাজুলীৰ দৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰসমূহত ‘হেৰিটেজ ব্লক’ গঠনআন আন ২৫০ বছৰ বা তাতকৈ অধিক পুৰণি কীৰ্তিচিহ্নক কেন্দ্ৰ কৰি এনে ব্লক গঠনতেনে এলেকাত তিনিটা প্ৰজন্মই বসবাস কৰি অহা লোকেহে মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব
22
আমাৰ ধৰ্মানুষ্ঠান ৰাইজৰ আকৰ্ষণ
সকলোৱে আজি ‘অসম দৰ্শন’২২
ধৰ্মানুষ্ঠানৰ বিপুল বিকাশঅসমৰ ঐতিহ্যমণ্ডিত পুৰাতন ধৰ্মানুষ্ঠানসমূহ উজ্জীৱিতকৰণৰ অৰ্থে ৰাজ্য চৰকাৰে ‘অসম দৰ্শন’ শীৰ্ষক আঁচনি ৰূপায়ণ কৰি আহিছে। এই আঁচনিয়ে ধৰ্মীয় পৰ্যটনৰো বাট প্ৰশস্ত কৰিছে।২০২১ বৰ্ষৰ মে’ মাহৰ পৰা বৰ্তমানলৈ ৬১৩.৯০ কোটি টকা মুকলিলোক নিৰ্মাণ, ৰূপান্তৰ আৰু উন্নয়ন আদি বিভিন্ন বিভাগৰ পৰা সন্মিলিত অনুদান৩৪,৯৩৯ ধৰ্মানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নসংযোগী পথৰ উন্নীতকৰণ২০২৫-২৬ বৰ্ষত ইতিমধ্যে ১২,১৪৯ উপাসনাস্থলী/নামঘৰলৈ অনুদান মুকলি
23
মাহে মাহে মহিলাক অৰুণোদয়ৰ সন্মান
জীৱনৰ বাটত মান, আছে প্ৰমাণ
অৰুণোদয় : মহিলাৰ প্ৰতি প্ৰকৃত সন্মানমহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থ-সামাজিক অন্তৰ্ভুক্তিকৰণৰ আদৰ্শৰে অৰুণোদয় আজি এক অতি সফল আঁচনি। এই আঁচনিয়ে বিধৱা, ৪৫ বছৰৰ উৰ্ধৰ অবিবাহিতা মহিলা, পাৰিবাৰিক সমৰ্থন নথকা বিচ্ছেদিতা বা পৃথকে থকা অৱস্থাৰ মহিলা, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ লোক আদি সামৰি লয়।প্ৰায় ৪০ লাখ পৰিয়াল উপকৃত২০২১ বৰ্ষৰ পৰা বৰ্তমানলৈ ১৫,০০০ কোটি+ টকাৰ বিতৰণপ্ৰত্যেক মাহৰ দহ তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ১২৫০ টকা
24
ডাইল-চেনি-লোণ এক টকাতে নহয়
পুষ্টিৰ সুফল প্ৰতি পদুলিতে২৫
খাদ্য সুৰক্ষাৰে পৰিপুষ্ট সমাজভোক আৰু পুষ্টিহীনতা নিবাৰণেৰে এখন পৰিপুষ্ট সমাজ গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত লাখ লাখ পৰিয়ালক বিনামূলীয়া চাউল আৰু ন্যূনতম মূল্যত ১০০ টকাতে এক কেজিৰ – ডাইল, চেনি আৰু নিমখ প্ৰদান কৰি আহিছে।অনলাইন বিতৰণৰ তথ্য
(১০ জানুৱাৰী ২০২৬)বিনামূলীয়া চাউল ৬৮,৪৫,৬৭২ পৰিয়ালপ্ৰতি কেজি ১০ টকা দৰত নিমখ ৬৬,৩৩,৩৯৮ পৰিয়ালপ্ৰতি কেজি ৬০ টকা দৰত মচুৰ দাইল ৬৬,৯২,৯৩৮ পৰিয়ালপ্ৰতি কেজি ৩০ টকা দৰত চেনি ৬৬,৭৬,৪৯৭ পৰিয়াল
25
দাইল-চেনি-লোণ এশ টকাতে
পুষ্টিৰ সুফল প্ৰতি পদুলিতে২৫
খাদ্য সুৰক্ষাৰে পৰিপুষ্ট সমাজভোক আৰু পুষ্টিহীনতা নিবাৰণেৰে এখন পৰিপুষ্ট সমাজ গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত লাখ লাখ পৰিয়ালক বিনামূলীয়া চাউল আৰু ন্যূনতম মূল্যত ১০০ টকাতে এক কেজিকৈ দাইল, চেনি আৰু নিমখ প্ৰদান কৰি আহিছে।অনলাইন বিতৰণৰ তথ্য
(১০ জানুৱাৰী ২০২৬)বিনামূলীয়া চাউল – ৬৮,৪৫,৬৭২ পৰিয়ালপ্ৰতি কেজি ১০ টকা দৰত নিমখ – ৬৬,৩৩,৩৯৮ পৰিয়ালপ্ৰতি কেজি ৬০ টকা দৰত মচুৰ দাইল – ৬৬,৯২,৯৩৮ পৰিয়ালপ্ৰতি কেজি ৩০ টকা দৰত চেনি – ৬৬,৭৬,৪৯৭ পৰিয়াল
২৬
অৰ্থনীতি সবল কৰাৰ পণ
মহিলালৈ উদ্যমিতা পুঁজিৰ ধন
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা : মহিলাৰ স্ব-নিয়োজনৰ বাট মুকলিMain Paragraph:
অসমৰ ৩.৫ লাখ আত্মসহায়ক গোটৰ প্ৰায় ৪০ লাখ সদস্যাই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমৰ এই উদ্যমী মহিলাসকলক লাখপতি বাইদেউ ৰূপে গঢ়ি তোলাৰ পণ লৈছে। অসমৰ উদ্যমী মহিলাসকলৰ স্ব-নিয়োজনৰ বাট মুকলি কৰাটো ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ প্ৰধান উদ্দেশ্য। এই অভিযানৰ ৰূপায়ণে চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰ কৰি তুলিছে। লগতে ৰাজ্যৰ সামগ্ৰিক অৰ্থনীতিতো ই ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে।Box Details:সক্ৰিয় আত্মসহায়ক গোটৰ প্ৰত্যেক সদস্যালৈ অনুদান আৰু সুবিধাহীন ঋণবৰ্তমানলৈ ২৭ লাখাধিক মহিলাই প্ৰথম পৰ্যায়ত ১০,০০০ কৈ টকাৰ বীজ মূলধন লাভ কৰিছে৮ লাখাধিক মহিলাৰ বাৰ্ষিক উপাৰ্জন ১ লাখ বা অধিকলৈ বৃদ্ধিগ্ৰাম্য আত্মসহায়ক গোট আৰু চহৰীয়া আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুঠ ২৭১৮.২৯ কোটি টকা ইতিমধ্যে বিতৰণ
২৭
বাল্যবিবাহ, বহুবিবাহ আজিৰ দিনত নাথায় থাপ
চৰকাৰে মোচন কৰিলে সেই দুই অভিশাপ২
বাল্যবিবাহ, বহুবিবাহ ৰোধৰ কঠোৰ পদক্ষেপচৰকাৰে বলৱৎ কৰা বাল্যবিবাহ বিৰোধী আইনৰ জৰিয়তে ১৮ বছৰৰ তলৰ ছোৱালীৰ বিবাহ বন্ধ কৰা হৈছে আৰু এই আইন ভংগকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সেইদৰে বহুবিবাহ বিৰোধী আইনৰ জৰিয়তে বহুবিবাহ বন্ধ কৰা হৈছে।4 Points:শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুৰক্ষিতশিশুৰ অধিকাৰ সুনিশ্চিতস্ত্ৰী-শিক্ষাৰ প্ৰসাৰমহিলাসকলৰ মৰ্যাদা বৃদ্ধি
