২৮
ড্ৰাগছৰ বিৰোধিতা, পূৰ্ণ অভিযান
অপৰাধ-অপৰাধীৰ বুকু কম্পমান
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযানবৰ্তমানৰ চৰকাৰখনে নিষিদ্ধ ড্ৰাগছ আৰু মনোদৈহিক নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান চলাই আহিছে। যুৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া তেনে নিষিদ্ধ দ্ৰব্যবিলাকৰ সৰবৰাহ বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা কৰি সম্পূৰ্ণ সফলতাৰ দুৱাৰ-দলিত উপস্থিত হৈছে।Highlight:
২০২১ বৰ্ষৰ মে’ মাহৰ পৰা বৰ্তমানলৈ
২১৭০ কোটি টকা মূল্যৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্য ধ্বংসSide Boxes:নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট, ১৯৮৫ৰ অধীনত বিগত ৫ বছৰত ২৩ সহস্ৰাধিক গ্ৰেপ্তাৰকেৱল ২০২২ বৰ্ষতে ৬৩৩ বিঘা আফিঙৰ খেতি ধ্বংস
সকলোৰে বাবে সপোনৰ ঘৰ
মৌলিক অধিকাৰত নাই ভিন-পৰ২৯
মুখ্যমন্ত্ৰীৰ আৱাস যোজনা : ডাবল ইঞ্জিন চৰকাৰৰ সবল পদক্ষেপঅসমে ২০১৬-১৭ বৰ্ষৰ পৰা বৰ্তমানলৈ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ’ৰ অধীনত ২৯,৮৭,৮৬৮টা গৃহ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰে। ইতিমধ্যে মঞ্জুৰি লাভ কৰা ২৯,০৬,৫৫২টা ঘৰৰ ভিতৰত ২০২৫ বৰ্ষৰ ৪ ডিচেম্বৰ পৰ্যন্ত ২০,৮৪,৪৮৮টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই সফলতাৰ অনুকৰণত অসম চৰকাৰে ২০২৩-২৪ বৰ্ষত ‘মুখ্যমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ’ আঁচনিৰ শুভাৰম্ভ কৰে।‘মুখ্যমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ’ আঁচনিৰ খতিয়ানপ্ৰতিগৰাকী হিতাধিকাৰীলৈ ১.৩০ লাখ টকাৰ আৰ্থিক সাহায্যঅতিৰিক্ত ১,৩০,০০০টা গৃহ প্ৰদানৰ লক্ষ্য২০২৪ বৰ্ষৰ মে’ মাহলৈ ১৩,০০০টা গৃহ চাহ জনগোষ্ঠীৰ লোকক প্ৰদানপূৰ্বে আৰ্থ-সামাজিক জাতি পিয়লৰ পৰা বাদ পৰা অথচ আৰ্থিকভাৱে অতি দুৰ্বল যোগ্য হিতাধিকাৰীক অতিৰিক্ত ১৩,০০০ গৃহ আৱণ্টনৰ লক্ষ্য
২৯
সকলোৰে বাবে সপোনৰ ঘৰ
মৌলিক অধিকাৰত নাই ভিন-পৰ

ৰোগ নিৰ্ণয় বিনামূলীয়া
সুস্থ, নিৰোগী জীৱন দুণীয়া৩০
বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষাঅসমৰ চৰকাৰী হাস্পতালবোৰত সকলো বৰ্গৰ লোকৰ বাবে ৰোগ নিৰ্ণয় সম্বন্ধীয় পৰীক্ষা, যেনে- চি টি স্কেন, এক্স-ৰে আৰু পৰীক্ষাগাৰৰ পৰীক্ষণ, সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। ইয়াৰ ফলত আৰ্থিকভাৱে সবল আৰু দুৰ্বল উভয় শ্ৰেণীয়ে বিনামূলীয়াকৈ স্বাস্থ্য সেৱাৰ সুফল লাভ কৰি আহিছে।Highlights:২০২১ বৰ্ষৰ পৰা বৰ্তমানলৈ ১৯.৪২ লাখ ৰোগীয়ে বিনামূলীয়া চি টি স্কেন সেৱা, ৫৪.৮২ লাখ ৰোগীয়ে বিনামূলীয়া এক্স-ৰে সেৱা আৰু ১.৯২ কোটি ৰোগীয়ে বিনামূলীয়া পৰীক্ষণৰ সুবিধা লাভ কৰিছে২০২১ বৰ্ষৰ পৰা ৬৮৮ কোটি টকা ব্যয়
স্বাস্থ্যসেৱা নগদবিহীন, কৰ্মচাৰী উপকৃত
সেই আঁচনিৰে অসম ৰাজ্যৰ প্ৰেক্ষাগৃহে সু-স্বীকৃত৩১
কৰ্মচাৰী, পেঞ্চনাৰলৈ চিকিৎসা সুবিধামুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ‘আয়ুষ্মান অসম’ৰ দ্বাৰা ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰাটো আৰু খৰছ হোৱা ধন সময়মতে ঘূৰাই পোৱাটো সুনিশ্চিত কৰা হৈছে।Highlights:পঞ্জীয়নভুক্ত লোক ২.৪৩ লাখ১১,৮০০ লোকে ৯০ দিনৰ ভিতৰত ৭৭.৭২ কোটি টকা চিকিৎসা ব্যয় ঘূৰাই পাবলৈ সক্ষম হৈছেএহেজাৰতকৈ অধিক লোকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিছে
নিযুত মইনাই আনে শিক্ষাৰ দল
অমৃত কন্যাৰ মনত দায়িত্ব প্ৰবল৩২
নিযুত মইনা : ছাত্ৰীলৈ মাহিলি জলপানিৰাজ্যৰ ১০ লাখ কন্যা বা এক নিযুত মইনাই যাতে উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু বি এড পৰ্যায়ত শিক্ষা গ্ৰহণ অব্যাহত ৰাখিব পাৰে, সেই উদ্দেশ্য উদগনি হিচাপে তেওঁলোকলৈ আৰ্থিক জলপানি আগবঢ়াবলৈ চৰকাৰে পদক্ষেপ লৈছে। ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰা আৰু বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ৰ জৰিয়তে উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু বি এড পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলক মাহিলি জলপানি প্ৰদান কৰা হয়।Highlights:২০২৫-২৬ বৰ্ষত প্ৰায় ৪ লাখ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃতএকাদশ, দ্বাদশ শ্ৰেণীত ১০০০ টকাস্নাতক শ্ৰেণীত ১২৫০ টকাস্নাতকোত্তৰ শ্ৰেণীত ২৫০০ টকাবি এড পাঠ্যক্ৰমত ২৫০০ টকা