19
সত্ৰৰ ভূমি উদ্ধাৰ
অসমৰ সত্ৰসমূহ ভক্তি আন্দোলনৰ জীৱন্ত দলিল। অনাকাংক্ষিত বেদখলে গ্ৰাস কৰি থকা সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আৰু তীৰ্থ সত্ৰসমূহৰ বেদী নিৰ্মাণ কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি প্ৰয়াস কৰিছে।
- বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা আলিপুখুৰী পাটেকীবড়ীৰ ভূমি বিবাদৰ নিষ্পত্তি ।
- বঙাইগাঁৱৰ ৰঘুনাথ সত্ৰৰ প্ৰায় ২৪৫ বিঘা ভূমি সম্বন্ধীয় বিবাদ নিষ্পত্তি ।
- বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ ভূমিকে ধৰি বৰপেটা সত্ৰৰ দখলকৃত ভূমিৰ বেছিভাগ উদ্ধাৰ ।
20
সত্ৰৰ সংস্কৃতিক ঐতিহ্যৰ ব্যাপক সংৰক্ষণ
ভৱিষ্যৎ প্ৰজন্মৰ বাবে ঐতিহ্য-গৰিমা সংৰক্ষণৰ বাবে আইনী পদক্ষেপ
অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ আইন, ২০২৫২০
সত্ৰৰ বতৰাসত্ৰসমূহেই অসমৰ স্বাভিমান। সত্ৰৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে অহৰহ জিৰণিতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।সত্ৰৰ বতৰা
অসমৰ সত্ৰসমূহৰ ইতিহাস
