শ্ৰদ্ধাৰ ৰাইজ , ইয়াৰ জৰিয়তে আপোনালোকে মোলৈ আপোনাৰ সুখ-দুখৰ কথা লিখিব পাৰিব । আপোনালোকৰ বাবে সেৱা কৰাই মোৰ সংকল্প । ঐশ্বৰিক শক্তি থকা হ’লে একেলগে সকলোৰে সকলো দুখ অথবা সমস্যা সমাধান কৰি দিলোহেঁতন । এজন বিধায়ক হিচাপে চৰকাৰী অথবা ব্যক্তিগতভাৱে যিখিনি সম্ভৱ সদায় সহায় কৰি যাম । মাথোঁ আপোনালোকে বিশ্বাস ৰাখিব ।
