শদিয়াৰ উন্নয়নৰ স্বপ্ন লৈ মই ৰাজনীতিলৈ আহিছিলোঁ, ২০ বছৰে নিষ্ঠাৰে শদিয়াৰ উন্নয়নৰ কাৰণে যি কাম কৰিছোঁ সেয়া ৰাইজে আশীৰ্বাদ হিচাপে মোক ঘূৰাই দিছে প্ৰতিবাৰে । মই জীয়াই থকা লৈকে শদিয়াৰ উন্নয়ন আৰু শদিয়াবাসী ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰি যাম ।
প্ৰধানমন্ত্ৰী স্ব-নিয়োজিত আঁচনিৰ অধীনত প্ৰদান কৰা অনুদানঃ
| ক্ৰ. নং | বৰ্ষ | সদস্য/সদস্যা সংখ্যা | আৱৰ্তিত ধন |
| ১ | ২০২১-২৩ | ৩৬ গৰাকী | ১৭০ লাখ |
| ২ | ২০২২-২৩ | ৩৬ গৰাকী | ২৫০.৭২ লাখ |
| ৩ | ২০২৩-২৪ | ২৪০ গৰাকী | ৩২৮.০৭ লাখ |
| ৪ | ২০২৪-২৫ | ১৬ গৰাকী | ১১৮.৯৬ লাখ |
| ৫ | ২০২৫- | ০৭ গৰাকী | ৬২.৭৬ লাখ |
| সৰ্বমুঠঃ | ১৩৫ গৰাকীলৈ | ৯৩০.৫১ লাখ |
প্ৰধানমন্ত্ৰী PMFME আঁচনিৰ জৰিয়তে আগবঢ়োৱা অনুদানঃ
| ক্ৰ. নং | বৰ্ষ | সদস্য/সদস্যা সংখ্যা | আৱৰ্তিত ধন |
| ১ | ২০২১-২২ | ১ গৰাকী | ৫.০৩ লাখ |
| ২ | ২০২২-২৩ | ১২ গৰাকী | ৩৯.২৭ লাখ |
| ৩ | ২০২৩-২৪ | ২১ গৰাকী | ১৩৭.৫৬ লাখ |
| ৪ | ২০২৪-২৫ | ৩৮ গৰাকী | ১২.৩৫ লাখ |
| ৫ | ২০২৫- | ৩২ গৰাকী | ১০৮.৬২ লাখ |
| সৰ্বমুঠ | ১০৪ গৰাকীলৈ | ৪১২.৮৩ লাখ |
বিগত কাৰ্যকালত সম্পূৰ্ণ হোৱা অমৃত সৰোবৰৰ সাৰাংশঃ
১/ আটৈমূৰীয়া
২/ ১নং কপাহতলী কালভাৰ্টৰ কাষত
৩/ বিলগাঁও ওপৰ চিৰিং
৪/ ৪নং বৰালি NC
৫/ দলা তিবোৰাল
৬/ ২নং ছোটডিব্ৰু গাঁও
৭/ ওপৰ লাউপানী (এম.ই.স্কুলৰ কাষত)
৮/ সৰুডিব্ৰু ডিব্ৰু পাৰে
৯/ সীমান্ত টেঙাপানী
১০/ ১নং ওপৰ উবন
১১/ ১নং বৰমেচাই
১২/ ১নং কপাহতলী
১৩/ আটৈমূৰীয়া
১৪/ ২নং কছাৰী মাইথং
১৫/ নেপালী চিৰিং
১৬/ ৩নং কছাৰী মাইথং
১৭/ ডিবাকমুখ
১৮/ ২নং কছাৰী মাইথং
১৯/ ডিবাকমুখ ই.এন.ডি. বান্ধ
২০/ ৩নং তেজীগাঁও
২১/ পাৱং ১নং মেগেলা
২২/ ডিব্ৰু চোমনি
২৩/ ২নং দীঘল মেচাকী
২৪/ খুটিপথাৰ
২৫/ তিবোৰাল পথাৰ
২৬/ হাইখাটী গাঁও
২৭/ ওপৰ লাউপানী
২৮/ টিঙনা বঙালী গাঁও
২৯/ চিচিনী গাঁও
৩০/ ২নং বৰমেচাই পথাৰ
৩১/ ডিবাকমুখ সীমান্ত অঞ্চল
৩২/ ২নং সৰুডিব্ৰু












