মিছন বসুন্ধৰা
খিলঞ্জীয়াৰ মুখত হাঁহি
স্থায়িত্বৰ সুখেৰে ভৰা

ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এক যুগান্তকাৰী পদক্ষেপ হিচাপে মিছন বসুন্ধৰা আঁচনি ৰূপায়িত হৈ আহিছে। এই আঁচনিয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি একেডোখৰ ভূমিতে বসবাস কৰি অহা পৰিয়ালক তেওঁলোকৰ ভূমিৰ অধিকাৰ প্ৰদান কৰে। বেচৰকাৰী শৈক্ষিক, ধৰ্মীয়, সামাজিক-সাংস্কৃতিক অনুষ্ঠানকো এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।

  • পিছপৰা শ্ৰেণীক অগ্ৰাধিকাৰ ।
  • প্ৰায় ২৪,০০০ অনুষ্ঠানক সামৰি ৩ লাখতকৈ অধিক লোক উপকৃত ।
  • বৰ্তমানলৈ প্ৰায় ৪.১৫ লাখ বিঘা ভূমিপট্টা প্ৰদান ।
Scroll to Top