অসম তথা অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, জাতিৰ মহানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী অসম চৰকাৰে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত কৰে। ইয়াৰ ফলত সমগ্ৰ দেশজুৰি মহাবীৰগৰাকীৰ চৰ্চাৰ শীৰ্ষস্থান লাভ কৰাৰ লগতে অসমীয়াৰ বীৰত্বৰ গাথাও অনুৰণিত হয়।

২০২২ বৰ্ষৰ ২৩ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী পালন ।

মহান অসম সন্তান লাচিত বৰফুকনৰ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ আৰু প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অংশগ্ৰহণ ।


Scroll to Top