14
বিহু, ঝুমুৰ, বাগুৰুম্বাৰ বিশাল প্ৰদৰ্শন : সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা
অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক বৈচিত্ৰ্যৰ সমৃদ্ধ ভঁৰাল ধৰাৰ আন্তৰিক প্ৰয়াস হিচাপে অসম চৰকাৰে হাজাৰ শিল্পীৰ অংশগ্ৰহণেৰে বিহুৰ উৎসৱি চাৰ-জনগোষ্ঠীৰ ‘ঝুমুৰ বিনন্দিনী’ আৰু বড়ো জনগোষ্ঠীৰ ‘বাগুৰুম্বা দহে’ শীৰ্ষক নৃত্যানুষ্ঠান অনুষ্ঠিত কৰিছে। ইয়াৰে বিহুৱে তিনিটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তিনিওটা অনুষ্ঠানতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰে।
বিহুনাচ
১৪ এপ্ৰিল ২০২৩
১১,৩৬৮ গৰাকী বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণ
