5
অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ তথা বহিষ্কৰণ
সন্দেহযুক্ত নাগৰিক চিনাক্তকৰণ
অবৈধ বিদেশীক তৎকালে বহিষ্কৰণ
অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অনুপ্ৰৱেশকাৰীৰ সমস্যাই ৰাজ্যখনৰ জনগাঁথনিয়েই সলনি কৰি পেলাইছে। ১২খন জিলাত ইতিমধ্যে খিলঞ্জীয়া হিন্দু লোক সংখ্যালঘুত পৰিণত হৈছে। এনে উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বাংলাদেশী অনুপ্ৰৱেশকাৰীকে ধৰি অবৈধ বিদেশীক চিনাক্ত কৰি তৎকালে আৰু ব্যাপক হাৰত বহিষ্কাৰৰ ব্যৱস্থা কৰা হৈছে।
মে’ ২০২১ৰ পৰা নৱেম্বৰ ২০২৫লৈ
- ৫৯,৭৫৭টা গোচৰ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা নিষ্পত্তি
- ৩০,২৬৪ লোকক বিদেশী ঘোষণা
- ১,৫১৭ লোকক বিতৰণ / বহিষ্কৰণ
