স্বচ্ছ নিযোগে দিলে সমৃদ্ধিৰ থৰৰ
আজিৰ দুৰ্নীতিমুক্ত নতুন অসমৰ৩৪
স্বচ্ছ আৰু নিকা নিযুক্তিমেধাৱী আৰু পাৰদৰ্শী যুৱক-যুৱতীসকলৰ চৰকাৰী চাকৰিত নিযুক্তিয়ে ৰাজ্য বা দেশ এখনক বিকাশৰ নতুন শীৰ্ষলৈ লৈ যাব পাৰে। তদুপৰি স্বচ্ছতাৰে অনুষ্ঠিত নিযুক্তি প্ৰক্ৰিয়াই চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি জনতাৰ আস্থা বৃদ্ধি কৰে। সেইবাবে যুৱক-যুৱতীক মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়াত ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে চলিত চৰকাৰৰ আৰম্ভণিকালতে ১ লাখ নিযুক্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুত সেই সংখ্যাই আজি ১.৫০ লাখৰ সীমা অতিক্ৰম কৰিলে।Big Highlight:
বৰ্তমানলৈ বিভিন্ন বিভাগৰ ভিন ভিন বৰ্গত
১,৫৬,৬৭৯ গৰাকীৰ নিযোগThree Points:এটকাও খৰচ নকৰাকৈ নিযুক্তি লাভমেধা আৰু যোগ্যতাৰ ভিত্তিত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ নিযুক্তিনিবনুৱা সমস্যাৰ হ্ৰাসকৰণ
আজি আৰু অৰ্থৰ বাবে স্তব্ধ নহয় গৱেষণা
চৰকাৰী আঁচনিৰে যুৱশক্তিৰ অনুপ্ৰেৰণা৩৫
গৱেষকলৈ আৰ্থিক সকাহ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ৰ অধীনত পূর্ণকালীন গৱেষকসকললৈ এককালীন অৰ্থ-সাহায্য প্ৰদান কৰা হয়। ইয়াৰ ফলত অৰ্থনৈতিকভাৱে দুৰ্বল গৱেষকসকল বিশেষভাৱে উপকৃত হৈছে আৰু এই আৰ্থিক সকাহে তেওঁলোকক গৱেষণাৰ যাত্ৰাত নিৰৱচ্ছিন্নভাৱে আগুৱাই যোৱাত সহায় কৰিছে।Highlights (Right Side):পূর্ণকালীন গৱেষকলৈ ২৫ হাজাৰকৈ টকাদিব্যাংগ গৱেষকলৈ ৪০ হাজাৰকৈ টকা১৩ গৰাকী দিব্যাংগ গৱেষককে ধৰি মুঠ ২,১১২ গৰাকী নিৰ্বাচিত
