প্ৰধানমন্ত্ৰী স্ব-নিয়োজিত আঁচনিৰ অধীনত প্ৰদান কৰা অনুদান :
১/ ২০২১-২২ –৩৬ গৰাকী –১৭০ লাখ
২/ ২০২২-২৩ –৩৬ গৰাকী –২৫০.৭২ লাখ
৩/ ২০২৩-২৪ —৪০ গৰাকী—৩২৮.০৭ লাখ
৪/ ২০২৪-২৫ —১৬ গৰাকী—-১১৮.৯৬ লাখ
৫/ ২০২৫– ০৭ গৰাকী —৬২.৭৬ লাখ
সৰ্বমুঠ ১৩৫ গৰাকীলৈ ৯৩০.৫১ লাখ
| বৰ্ষ | সদস্য/সদস্যা সংখ্যা | আৱন্তিত ধন |
| ২০২১-২২ | ১ গৰাকী | ৫.০৩ লাখ |
| ২০২২-২৩ | ১২ গৰাকী | ৩৯.২৭ লাখ |
| ২০২৩-২৪ | ২১ গৰাকী | ১৩৭.৫৬ লাখ |
| ২০২৪-২৫ | ৩৮ গৰাকী | ১২২.৩৫ লাখ |
| ২০২৫-২৬ | ৩২ গৰাকী | ১০৮.৬২ লাখ |
সৰ্বমুঠ ১০৪ গৰাকী সদস্য/সদস্যালৈ মুঠ ৪১২.৮৩ লাখ টকা আৱন্তিত কৰা হয় ।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে :
১ / ২০২৪-২৫ বৰ্ষত ৪২৭ গৰাকীলৈ আগবঢ়োৱা হৈছে ৪২৭ লাখ টকাৰ অনুদান ।২০২৫-২৬ বৰ্ষৰ বাবে ৮৩৯ গৰাকী হিতাধিকাৰীৰ নাম বিধানসভা ভিত্তিক নিৰ্বাচক সমিতিয়ে জিলা পৰ্যায়ৰ সমিতিলৈ অনুমোদন জনাইছে আৰু প্ৰক্ৰিয়া চলি আছে ।
২/ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ ২০২৩-২০২৮ বৰ্ষৰ বাবে জিলা নিৰ্বাচক সমিতিয়ে ৯৪৫ গৰাকী আৰ্ট আৰু ক্ৰাফ্টৰ শিল্পীৰ নাম মনোনীত কৰিছে ।
কৃষি সঁজুলি লাভ কৰা আত্ম সহায়ক গোটৰ নাম তালিকা
| গোটৰ নাম | গাওঁ | উন্নয়ন খণ্ড | খেতিৰ যান্ত্ৰিক সঁজুলি |
| জোনালী আত্ম সহায়ক গোট | চেঙেলী গাঁও | কাকপথাৰ | VLFMB/2022 |
| সেউজী পাম | ধূলিজান গাওঁ | কাকপথাৰ | VLFMB/2022 |
| মিলিজুলি আত্মসহায়ক গোট | কাকপথাৰ | কাকপথাৰ | VLFMB/2022 |
| ৰাধাকৃষ্ণ আত্মসহায়ক গোট | ভূবনখাল | চৈখোৱা | VLFMB/2023 |
| ফাগুনী আত্মসহায়ক গোট | কাকপথাৰ | কাকপথাৰ | VLFMB/2023 |
| প্ৰগতি আত্মসহায়ক গোট | পদুমফুলা | শদিয়া | VLFMB/2023 |
| ডিব্ৰু কৃষি পাম দাইনা গাঁও ছৈখোৱা | লাইনা গাওঁ | ছৈখোৱা | VLFMB/2023 |
| সোণালী আত্মসহায়ক গোট সৰুমেচাই | সৰুমেচাই | কাকপথাৰ | VLFMB/2024 |
| সমাজ সেৱক আত্ম সহায়ক গোট | শদিয়া | VLFMB/2024 | |
| সূৰুযমুখী আত্মসহায়ক গোট | ১ নং তামুলী গাঁও | ছৈখোৱা | VLFMB/2024 |
| সূৰুয আত্ম সহায়ক গোট | ২নং কুকুৰামৰা আলিচিঙা | শদিয়া | |
| সেউজী আত্ম সহায়ক গোট | ২ নং বৰালি গাঁও | কাকপথাৰ |
শদিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষৰপৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ আগবঢ়োৱা অনুদানঃ
| বিত্তীয় বৰ্ষ | গৰাকী | অনুদান |
|---|---|---|
| ২০২১-২২ | ৩৭৪ গৰাকী | — |
| ২০২২-২৩ | ৭৫২ গৰাকী | ৬৯,১১,০০০ টকা। |
| ২০২৩-২৪ | ৮৯০ গৰাকী | ২৫,৭৮,০০০ টকা। |
| ২০২৪-২৫ | ৭৯১ গৰাকী | ২৫,৯০,০০০ টকা। |
| ২০২৫-২৬ | ৪৩৯ গৰাকী | ২১,৫৮,০০০ টকা। |
চেঙেখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত আগবঢ়োৱা অনুদানঃ
| বিত্তীয় বৰ্ষ | গৰাকী | অনুদান |
|---|---|---|
| ২০২২-২৩ | ৯৪৯ গৰাকী | ২৬,৫২,০০০ টকা। |
| ২০২৩-২৪ | ৫৫৪ গৰাকী | ১৮,২৬,০০০ টকা। |
| ২০২৪-২৫ | ৫৮১ গৰাকী | ১৭,৩৫,০০০ টকা। |
| ২০২৫-২৬ | ৩৩৩ গৰাকী | ১৩,১০,০০০ টকা। |
কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত ২০২২-২৫ বিত্তীয় বৰ্ষৰ সাৰাংশঃ
| বৰ্ষ | গৰাকী | অনুদান |
|---|---|---|
| ক/ ২০২২-২৩ | ১৪১৮ গৰাকী | ৫৪,৩৩,০০০ টকা। |
| খ/ ২০২৩-২৪ | ১৪০৬ গৰাকী | ৪১,৯৫,০০০ টকা। |
| গ/ ২০২৪-২৫ | ১২০১ গৰাকী | ৪১,৬৯,০০০ টকা। |
| ঘ/ ২০২৫-২৬ | ৮৯৭ গৰাকী | ৩৩,৪৮,০০০ টকা। |
সুৰক্ষিত শৈশৱ সোনালী অসম আঁচনিৰ অধীনত ১৫ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয়। নিৰ্মিত আৰু নিৰ্মীয়মাণ অৱস্থাত থকা নামসমূহঃ
- তৱজনীয়া,
- শিমুলভৰি,
- সৰুকচাই,
- বৰবাক,
- ৩ নং ওপৰ ওৱান,
- কাচৰিভৰি,
- ১ নং সবতিবাৰ,
- আমগুৰি,
- বৰালি-খ,
- কাঁলভৰি,
- ডিব্ৰু (ঘাটোৰা),
- ২ নং সবতিবাৰ,
- আমগুৰি নগাঁও,
- ডিব্ৰু পাৰে,
- গঢ়েভৰি।
কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সংহত শিশু বিকাশ আঁচনিৰ অধীনত ৩০ টা অংগনবাড়ী কেন্দ্ৰ সম্পূৰ্ণ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হয়।
