. সক্ষম অংগনবাদী কেন্দ্ৰলৈ ১৭ টা কেন্দ্ৰ উন্নীত কৰা হয়। সেইকেইটা হৈছে:
পূৰ্ব-নৱপুৰ,
অসমীয়া বৰগড়া,
মনিপুৰী বস্তি,
ওপৰ নপতীয়া,
আৰু বাহনি গাঁওলখিমীজান,
ন-তবাণি,
৪ মাইল,
মাজগাঁও৩, ৪, ৫, ৬ আৰু ৭নং শান্তিপুৰ,
২ নং ৰামপুৰ (মেগেলা),
২ নং তেলীকলা,
চূণপোৰা দেউৰী গাঁও,
২০২১ চনৰ পৰা ২০২৫ চনলৈ বিগত কাৰ্যকালত শদিয়া সংহত শিশু বিকাশ কেন্দ্ৰৰ অধীনত ৩৫ টা আদৰ্শ অংগনবাদী কেন্দ্ৰ কৰা হয়ঃ
বাইফল বস্তি AWC, গণেশ পাঠশালা AWC, মিলনপুৰ পটীয়া AWC, খেৰণি বগৰীবাৰী AWC, শিলঘাট মিচিং AWC, ১ নং চপাখোৱা AWC, ২ নং লখিমীজান AWC, ৪ নং শান্তিপুৰ নেপালী AWC, নিতাই নেপালী AWC, অম্বিকাপুৰ নদীকিনাৰ AWC, দেওপানি তৰীবাৰী AWC, ১ আৰু ২ নং শান্তিপুৰ AWC, বৈৰাগীমঠ AWC, চূণপোৰা বিল বস্তি AWC, শান্তিপুৰ চূবম্বা AWC, বগৰীবাৰী AWC, ১ নং মুলুক চাপৰি AWC, ন-পটীয়া লিসু AWC, চূণপোৰা বিলগাঁও AWC, দিচৈ, বেতনি AWC, ন-বচাগাঁও AWC, ভলুকা AWC,
কুঁহিয়াৰবাৰী AWC, লক্ষ্মীনগৰ AWC, মাজুলী শিৰমন্দিৰ AWC, নাহৰবাৰী AWC, পুখুৰীবস্তি AWC, পশ্চিম পদুম পুখুৰী AWC, বাজমাও ন-পাগলাম AWC, খৃষ্টান গোহাই গাঁও AWC, মাজুলী বৰপুখুৰী AWC, দিক্ৰং AWC আৰু ১ নং গজপুৰীয়া AWC।
ভূমি পট্টা বিতৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গ্ৰহণ কৰিছে অনবদ্য কাৰ্যসূচী।
শদিয়া সমষ্টিত পট্টা বিতৰণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বিষয়ে থোবতেঃ
| পট্টা | পট্টাৰ সংখ্যা |
| ১/ মিচন বসুন্ধৰা 2.0 ৰ অধীনত বিতৰণ কৰা | ৮১৬০ খন |
| ২/ মিচন বসুন্ধৰা 3.0 অধীনত বাজহুৱা প্ৰতিষ্ঠানসমূহলৈ প্ৰদান কৰিবলৈ সাজু হৈ থকা পট্টা | ১২০ খন |
| ৩/ মিচন বসুন্ধৰা 2.0 ৰ অধীনত আগন্তুক সময়ত প্ৰদান কৰিবলৈ পৰ্যালোচনা কৰি সাজু কৰা হৈছে | ২৭৬৫(অনুমানিক) |
| ৪/ মৰাণ-মটক কমিউনিটি সেৰাৰ অধীনত প্ৰক্ৰিয়া প্ৰায় প্ৰস্তুত হৈছে | ৬৫০ খন |
শদিয়া সমষ্টিত জলসিঞ্চন বিভাগৰ জৰিয়তে সন্তৰ্পণা সৃষ্টিৰ বাবে আৰু উপকৃত হ’ব পৰাকৈ হোৱা দুটামান উল্লেখযোগ্য কামঃ
| আঁচনি | ভূমি |
| ১/ মাইথং-ডিবাক পঞ্চায়তৰ অন্তৰ্গত সৌৰ আৰু বিদ্যুত চালিত হাইব্ৰিড টিউবৱেল আঁচনি১২ হেক্টৰ ভূমি | ১২ হেক্টৰ ভূমি |
| ২/চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাকপথাৰ নৰনিৰ্মাণ বহুমুখী সমন্বয় সমিতিৰ অধীনত MDTW সৌৰ আঁচনি | ১০ হেক্টৰ |
| ৩/ S.O.P.D.-G ৰ অধীনত আটৈমূৰীয়া পঞ্চায়তৰ সেউজী পামত 2. MDTW আঁচনি | ২০ হেক্টৰ |
| ৪/ S.O.P.D.-G ৰ অধীনত মেগেলা পঞ্চায়তৰ বৰপথাৰত 2. MDTW আঁচনি | ২০ হেক্টৰ |
| ৫/ চৈখোৱা, ন-বৰমুৰা আৰু ডলা-ধাদুম পঞ্চায়তত সৌৰশক্তি চালিত অ-গভীৰ নলীনাদ RIDF-XXX অধীনত স্থাপন | ১৬ হেক্টৰ |
NRM আঁচনিৰ অধীনত শদিয়া সমষ্টিত ৬৭ টা আঁচনি কপায়ন কৰা হয়। গাঁৱৰ নাম সমূহঃ
| ১নং বৰগড়া অসমীয়া গাঁও | ভলুকাগুৰি | তৰানি |
| দেউপানী চাপৰি | বুঢ়াবুঢ়ী দেউৰী গাঁও | ভৰানীগড় |
| ২ নং বৰগৰা দেউপানী | কেম্পাতবৰো | নেপুণ |
| ডিমকগুৰি | বৰগড়া অসমীয়া গাঁও | তৰীবাৰী |
| গহপুৰ | চিলিং লাচান | বতনপুৰ |
| বৰগড়া কলানি মিৰি | বৰপথাৰ | হস্তিনাপুৰ |
| মাজগাঁও | ঘোৰমৰা চাপৰি | দেউপানী চাপৰি |
| ডাৱাগাঁও | ২ নং দেউপানী মিৰি | ২নং কাৰ্মী |
| লাইমেকুৰি | বাঁহবাৰী | ২নং চিলিং |
| ভৰানীগড় ১নং দেউৰীগাঁও | ভৰানীগড় ২নং দেউৰীগাঁও | লক্ষ্যপুৰ |
| দেউপানী ২নং মিৰিগাঁও | এৰাপাটং | ঝীয়াগাঁও |
| শিলঘাট তবানি | অমৰপুৰ | ২ নং গহপুৰ |
| দেওপানী গোঁহাইগাঁও | গণেশবাৰী | দিক্ৰং |
| চাবহগাঁও | ডিমকগুৰি | |
| সৰ্বমুঠঃ ১,৬০৭.৪ লাখ |
মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিঃ
| ক্ৰ. নং | আঁচনি | বিত্তীয় বৰ্ষ | আৱৰ্তিত ধন |
| i. ৮ মাইল ৰ পৰা কছাৰী চুক গাঁও আৰু বড়াচুক গাঁও হৈ ৯ মাইললৈ ii. নতুন বালিজানৰ পৰা অম্বিকাপুৰ নদী কিনাৰলৈ iii. অম্বিকাপুৰৰ পৰা দেৰীথানলৈ | ২০২২-২৩ | ৫০২.০২ লাখ | |
| নতুন বালিজান গাঁওপ্ৰধানৰ বাসগৃহৰ পৰা শিৱ মন্দিৰলৈ | ২০২২-২৩ | ১৩৫.১৬ লাখ | |
| নতুন বালিজানৰ পৰা উদয়পুৰ হৈ অম্বিকাপুৰ পথলৈ | ২০২২-২৩ | ৫৯০.৪১ লাখ | |
| i. ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সৰু মেচাই হৈ দ পথাৰলৈ ii. খোবাং ঝীপা খেলপথাৰৰ পৰা শীতলা মন্দিৰলৈ | ২০২২-২৩ | ৩৬৪.৫৩ লাখ | |
| গোশালাৰ পৰা চুমনি পথাৰ হৈ চন্দ্ৰপুৰলৈ | ২০২২-২৩ | ১৩৯.৫৪ লাখ | |
| ৬ নং শান্তিপুৰৰ পৰা ৪ নং শান্তিপুৰ নেপালী গাঁওলৈ | ২০২২-২৩ | ১৯৮.৪৭ লাখ | |
| *হাবাম বস্তিৰ পৰা দৰ্জী চুকলৈ *৮ মাইল বাইফল বস্তিৰ পৰা চূণপোৰ কুণ্ডিল কিনাৰ গাঁওলৈ *১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেচাই খাতী শাললৈ | ২০২৩-২৪ | ৩৭৭.৩৫ লাখ | |
| খৰি গাঁও বেলবে ক্রচিংৰ পৰা লাউপাতি চাৰি আলিলৈ | ২০২৩-২৪ | ৩২১.২৪ লাখ |
মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অন্তৰ্গত নাবাৰ্ডৰ RIDF XXXI অধীনত নিৰ্মিত পথঃ
| পথৰ উন্নতিকৰণ | আঁচনি | টকাৰ পৰিমাণ |
| ১ /হাঁহখাটী গড়কাপ্তানি পথৰপৰা বগৰীবাৰী সংযোগী পথ | ১.৮ কি:মি: | ১১৫.৩৫ লাখ |
| ঢলা ফৰেষ্ট তিনিআলিৰ পৰা লাফাংকলা চাৰিআলিলৈ | ০.৯ কি:মি: | |
| ২/ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা বৰডিৰাক খাটোৱা সংযোগী পথঃ | ১.২ কি:মি: | ৭৯.৩৭ লাখ |
| ৩ /কাক বৰালি পথৰপৰা ন-পথাৰ সংযোগী পথঃ | ১.৩ কি:মি: | ৮৮.৯১ লাখ |
| ৪/ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰমাইথং হ’কটে থানহৈ গঁঞেগুৰি সংযোগী পথলৈ | ১.২ কি:মি: | ৭৯.৭৫ লাখ |
| ৫/ হাঁহখাটী গড়কাপ্তানি পথৰ পৰা দীঘল মেচাকী সংযোগী পথলৈ | ১ কি:মি: | ৭১.৪২ লাখ |
| ৬/ ডাঙৰী দীঘলটং পথৰপৰা বিলগাঁও হৈ চিৰিং নামঘৰলৈ | ১.৩ কি:মি: | ৯৪.২ লাখ |
| ৭/ খোৱাং টিপা পথৰপৰা তালাপ বেলপাৰা পথলৈ | ১.২ কি:মি: | ৮৮.২.৫৬ লাখ |
| ৮/ সৰুখাদুম গাঁৱৰ পৰা চেঙেলীগাঁও সংযোগী পথ | ১.৫ কি:মি: | ১০১.৪৫ লাখ |
| ৯/ সুভাষ গৃহৰপৰা এৰাগাঁও সংযোগী পথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢলা কালীবাৰী পথ২.৫ কি:মি: | ১.১৫ কি:মি: ২.৫ কি:মি: | ৮১.২১ লাখ |
| ১০/ চূণপোৰা শিৱ মন্দিৰৰ পৰা হনুমান মন্দিৰ পথ | ১৭৬.১৬ লাখ | |
| ১১/ আঠমাইল নামঘৰৰ পৰা ন-বচাগাঁওলৈ | ৩.৬ কি:মি: | ২৪৫.০৫ লাখ |
| ১২/ ৭নং শান্তিপুৰৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ঘূৰমৰা প্ৰাংবিঃ সংযোগী পথলৈ | ৩.১ কি:মি: | ২১৬.০৩ লাখ |
| ১৩/ ৰতনপুৰ হাইস্কুল তিনিআলিৰপৰা দেওপানি গোঁহাইগাঁও পথ খ/ খনিবাৰীৰপৰা জৰুতীয়া চুক পথ গ/ কটোৰালখুটি গড়কাপ্তানি পথৰপৰা হাতীদণ্ডী তিনি আলিলৈ | ৪.৯ কি:মি: | ২৬৯.৮৩ লাখখ |
| ১৪/ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰপৰা জ্যোতিৰ্ময় হাইস্কুললৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা কাকপথাৰ শান্তিপুৰলৈসৰ্বমুঠঃ | ২.৪ কি:মি: | ১৫৯.০৪ লাখ |
| সৰ্বমুঠঃ | ৩১.৫ কি:মি: | ১৮৬০.৩৩ লাখ |
১১৫ নং ৰাষ্ট্ৰীয় ঘাই পথক ২ লেনযুক্ত পথলৈ উন্নীত কৰণ (শান্তিপুৰৰ পৰা ড° ভূপেন হাজৰিকা সেতুলৈ) । দৈৰ্ঘ্য ১০.৪৩৭ কি:মি:।
