চাহ বাগিচা পথ নিৰ্মাণ আঁচনি

আঁচনি বিত্তীয় বৰ্ষ আৱন্তিত ধন
তালাপ চাহ বাগিচা খেলমাটিৰ পৰা তালাপ চাহ বাগিচা হস্পিতেল পথলৈ2023-24101.88 Lakh
i. খোবাং চাহ বাগিচা হস্পিতেল পথ
ii. কালাটুকুৰা লাইন পথ
2023-24132.5 Lakh
খোবাং বাবু লাইনৰ পৰা দাইচা বালিজান প্ৰাথমিক বিদ্যালয় পথ2023-24136.08 Lakh
খোবাং চামগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা ভৰত ভূমিজৰ বাসগৃহলৈ2024-2599.92 Lakh
i. ১ নং লাইনৰ পৰা শংকৰ চাহ বাগিচা হস্পিতেললৈ
ii. গোহাঁই চাহ বাগিচা হস্পিতেল পথ
2024-25199.99 Lakh
জিতানি চাহ বাগিচা পথ2024-2599.98 Lakh
টিপুক চাহ বাগিচা চান্দমাৰি পথ2024-2599.96 Lakh
i. উল্লাহ চাহ বাগিচা পথ
ii. তালাপ চাহ বাগিচা চেঙেলী লাইন তিনিআলিৰ পৰা তালাপ চাহ বাগিচা শিৱ মন্দিৰলৈ
iii. ৰামদেৱ চাহ বাগিচা পথ
2024-25299.8 Lakh
i. সদাশিৰ চাহ বাগিচা হস্পিতেল পথৰ পৰা সদাশিৰ প্ৰাথমিক বিদ্যালয়লৈ
ii. ধনজান চাহ বাগিচা পথ
iii. বজৰংপুৰ চাহ বাগিচা কাবৰা লাইন পথ
2024-25299.97 Lakh
আঁচনিবিত্তীয় বৰ্ষআবণ্টিত ধন
ড° ভূপেন হাজৰিকা সেতুৰ পৰা ধলা কেঁচাইখাতী শাললৈ (২০)২০২৩-২৪3529.75 লাখ
১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বৰনদি হৈ ১১৫ নং ৰাষ্ট্ৰীয় ঘাই পথলৈ (৩.০) (১০ কিঃমিঃ)২০২৫-২৬3373.89 লাখ

OPD-G ৰ অধীনত মুখ্যমন্ত্ৰীৰ গ্ৰেভেল ৰায়াবিং আঁচনিঅন্তৰ্গত শদিয়া সমষ্টি কেইটামান উল্লেখযোগ্য কামঃ

পথ উন্নীতকৰণ আঁচনিবিত্তীয় বৰ্ষদৈৰ্ঘ্য আবণ্টিত ধন
বৰগড়া গড়কাপ্তনী পথৰ পৰা ৩ নং শান্তিপুৰ হৈ পুখুৰী বস্তিলৈ ২০২৪-২৫২ কি:মি:৪৮ লাখ
গনেশ পাঠশালাব পৰা ৪ নং শান্তিপুৰ সংযোগী পথলৈ২০২৪-২৫১ কি:মি:Do
ৰুক্মিণী চাৰি আলিব পৰা কাৰবাৰী চুকলৈ২০২৪-২৫১ কি:মিDo
ৰতনপুৰ নাথ গাঁও তিনি আলিব পৰা ভুৱনেশ্বৰ তিনিআলিলৈ২০২৪-২৫ ১ কি: মি:Do
মাজগাঁওৰ পৰা বাংগ’ গাঁওলৈ ২০২৪-২৫৪.২ কি:মি৪০.৪১ লাখ
লাইনা গজাই থান পথৰ পৰা বাতুল সোনোৱালব বাসগৃহলৈ ২০২৪-২৫১ কি: মি: ৩৮.৪৭ লাখ
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাঙৰী খাল চুক গাঁৱলৈ২০২৪-২৫ ১ কি: মি:
৩৮.৪৭ লাখ
আঁচনিসংখ্যা
১/ SOPD-G ৰ অধীনত ফ্লাই চাটল ফ্ৰেমৰ কাঠৰ তাঁতশাল বিতৰণ৫০খন
২/ বয়নশিল্পীৰ সৃষ্টি, উন্নতকৰণ আৰু ডিজাইন শিকিবলৈ এবছৰীয়া প্ৰশিক্ষণৰ বাবে পঞ্জীয়ন কৰা শিপিনীৰ৬০জন
৩/মুখ্যমন্ত্ৰীৰ স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ অধীনত দুটা বয়ন উদ্যোগ গঢ়ি তোলা আৰু গামোচাৰ যোগান ধৰে।৬৮৫৬ খন
৪/ প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰা শিপিনীৰ৭১৭ জন

অসম দুৰ্যোগ প্ৰতিৰোধী গ্ৰাম্য দলং নিৰ্মাণ আঁচনিঃ

আঁচনিবিত্তীয় বৰ্ষআবন্টিত ধন
১/ তেলিকলা উজনিচুক আৰু গড়বিল সংযোগী পকী দলং
*হলৌগাঁও আৰু বিলগাঁও সংযোগী পকী দলং
*গড়চিঙা আৰু টকাজান দেউৰীগাঁও সংযোগী পকী দলং
২০২৪-২৫৬৭২.৬৯ লাখ
২/ হলংগুৰি আৰু ডাঙৰি চাহ বাগিচা পথ সংযোগী পকী দলং
* চাউলখোৱা নগাঁও আৰু বেতনি সংযোগী পকী দলং
২০২৪-২৫৫৬১.৮৫ লাখ
৩/ ডাঙৰী দীঘল তৰং আৰু চামুগুৰি হাবি গাঁও সংযোগী পকী২০২৪-২৫২০০.৫৭ লাখ
৪/ পাতৰ শাল আৰু হলৌগাঁও সংযোগী পকী দলং
* তামুলী আৰু বৰগাড়া সংযোগী পকী দলং
২০২৪-২৫৮৪১.৩৬ লাখ
৫/ কুলিপথাৰ আৰু কাচিজান সংযোগী পকী দলং
*৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ আৰু এবা গাঁও *সংযোগী পকী দলং৭ নং শান্তিপুৰ আৰু জ্যোতিবনগৰ সংযোগী পকী দলং
২০২৪-২৫৮০৯.৬৩ লাখ
৬/ চেচাপ আৰু গড়চিঙা সংযোগী পকী দলং২০২৫-২৬১৯৮.০২ লাখ
৭/ ৭ নং শান্তিপুৰ আৰু ঘোৰামুৰা গাঁও সংযোগী পকী দলং২০২৫-২৬২০২৫-২৬১৮৮.৭৮ লাখ
৮/ চপাখোৱা গুৰু বস্তি আৰু মগৰ গাঁও সংযোগী পকী দলং২০২৫-২৬৩২৯.৯৬ লাখ

ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহঃ

আঁচনিবিত্তীয় বৰ্ষআবন্টিত পুঁজি
১/ সৌৰশক্তি চালিত কাঁটা তাঁৰ ব্যৱস্থা, ডাবা গাঁও২০২১-২২১৫ লাখ
২/ হাতী প্ৰতিৰোধী নলা, ডাবা গাঁও২০২১-২২৫ লাখ
৩/ শদিয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় নিৰ্মাণ২০২২-২৬১৪ লাখ
৪ / এন্টিপূচ খণ্ড বন বিষয়াৰ কাৰ্যালয় নিৰ্মাণ২০২২-২৬১৪ লাখ
৫/ কাকপথাৰ বনপালক আৱাস গৃহ নিৰ্মাণ২০২২-২৬১৪ লাখ
৬/ কাকপথাৰ বনকৰ্মী আৱাস গৃহ নিৰ্মাণ২০২২-২৬১২ লাখ
৭/ শদিয়া আঞ্চলিক বিষয়াৰ আৱাস গৃহ নিৰ্মাণ২০২৩-২৪৬৭ লাখ
৮/ ডাবাগাঁও খণ্ড বন বিষয়াৰ কাৰ্যালয় নিৰ্মাণ২০২৩-২৪৪৫ লাখ৪৫ লাখ
৯/ নিচিগা পৰি সামূহিক কেন্দ্ৰ২০২৪-২৫২০ লাখ

১০/ বৰণ কেন্দ্ৰ, বহাগাঁও২০২৪-২৫২০ লাখ
১১/ বৰণ কেন্দ্ৰ, লক্ষীমপুৰীয়া গাঁও২০২৪-২৫২০ লাখ
১২/ সৌৰ শক্তি চালিত কাঁটা তাঁৰ ব্যৱস্থা, আউটোছুৰীয়া – দীঘল মেচাকী২০২৪-২৫১৫ লাখ
১৩/ সৌৰ শক্তি চালিত কাঁটা তাঁৰ ব্যৱস্থা, পদুমফুলা – বালিজান বহাগাঁও২০২৪-২৫২৫ লাখ
১৪/ সৌৰ শক্তি চালিত কাঁটা তাঁৰ ব্যৱস্থা, জীয়া গাঁও২০২৪-২৫১৫ লাখ
Scroll to Top