পৰম শ্ৰদ্ধাৰ ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন অসমৰ বৰ্তমান বিজেপি চৰকাৰখনে অসমৰ সমূহ জনগণৰ উন্নয়ন ও কল্যাণৰ কাৰণে অভূতপূৰ্ব কাম কৰি আহিছে । বিশেষকৈ মহিলাসকলৰ আৰ্থিক সবলীকৰণৰ কাৰণে যিধৰণে চৰকাৰখনে কাম কৰিছে , সিয়ে অসমৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৮০ লাখতকৈ অধিক ব্যক্তিক সহায় কৰিছে । তলত তেনে কিছুমান জনপ্ৰিয় চৰকাৰী আচঁনিৰ বিষয়ে আলোচনা কৰা হ’ল ।
১/ নিযুঁত মইনা আঁচনি
২/ অৰুণোদয় আচঁনি
৩/ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান
৪/ মিছন বসুন্ধৰা
৫/ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান
৬/ অৰুন্ধতী গ’ল্ড স্কীম
৭/ অটল অমৃত অভিযান
