নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল , শদিয়াৰ যুৱক-যুৱতীসকল , তোমালোকৰ বিজেপি চৰকাৰখনে তোমালোকৰ সংস্থাপনৰ কাৰণে অনাগত দিনত চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ গৈ আছে । গতিকে তোমালোকৰ সহায় হোৱাকৈ মোৰ ফালৰ পৰা বিনামূলীয়াকৈ এই উপহাৰ আগবঢ়ালোঁ … । ভালদৰে প্ৰস্তুতি চলাই গ’লে এদিন তোমালোকে সফল হ’ব পাৰিবা । মোৰ শুভ কামনা সদায় তোমালোকৰ লগত ……


Scroll to Top