Next Program is coming soon…..
সমাজখন আগুৱাই নিবলৈ সবল আৰু সৎ নেতৃত্বৰ প্ৰয়োজন । APSC বা UPSC এনে এক মাধ্যম,যাৰ জৰিয়তে আমি সমাজৰ লগতে দেশৰ নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰিব পাৰোঁ । ইয়াৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পৰীক্ষাসমূহৰ বিষয়ে সজাগ আৰু সচেতন কৰি তুলিবলৈ প্ৰয়াস কৰিছোঁ ।

Chief Co-ordinator & Program Director
Mandal President ,BJYM ,Sadiya (Kundil Mandal)
Contact : 7896239940
প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল , তোমালোকৰ ভৱিষ্যত জীৱনৰ উত্তৰণেই আমাৰ একমাত্ৰ কামনা । আমি এই অনুষ্ঠানৰ যোগেদি তোমালোকক এক সঠিক পথ দেখুৱাৰ প্ৰয়াস কৰিছোঁ । আশা কৰোঁ ই তোমালোকক সহায় কৰিব ।
ভৱিষ্যতেও আমাৰ পৰা এনে সুবিধা পাই থাকিবলৈ তলৰ ফৰ্মখন পূৰণ কৰিব……
Register For Participation
আমাৰ হৈ যোৱা অনুষ্ঠানসমূহ…
আমাৰ এই যাত্ৰাত নিবিড়ভাৱে সহযোগিতা আগবঢ়োৱা শদিয়াৰ সম-জিলা আয়ুক্ত শ্ৰীযুত চৈয়দ ৱাচবীৰ চুভানী ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনালোঁ……












