শদিয়াৰ ভৱিষ্যত নিৰ্মাতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক যোগাত্মক শৈক্ষিক পৰিৱেশ আৰু সৃষ্টিশীল প্ৰতিভা বিকাশৰ উদ্দেশ্যে মই ব্যক্তিগত প্ৰচেষ্টাৰে নিম্নোক্ত প্ৰতিযোগিতাসমূহ সময়ে সময়ে আয়োজন কৰিম । আশাকৰোঁ শদিয়াৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব ।
| Essay Competition |
| Drawing Competition |
| Quiz Competition |
| Debate Competit |
Upcoming Events

সন্মানীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱৰ প্ৰেৰণাত
এক ব্যতিক্ৰমী পদক্ষেপ
সদৌ শদিয়া ভিত্তিত ৰচনা প্ৰতিযোগিতা
বিষয় : পৰিৱৰ্তনৰ মাজেৰে নতুন শদিয়া
প্ৰথম পুৰস্কাৰ: ৩৫০০/- টকা
দ্বিতীয় পুৰস্কাৰ : ২৫০০/- টকা
তৃতীয় পুৰস্কাৰ: ২০০০/- টকা
This essay competition will inspire students to develop a beautiful writing skill and it will help students to think and analyse about different topics . I hope all my beloved students of Sadiya will participate in this competition .
- All students from class 9-12 can participate in this event .
- Essay should be only in 2 pages ,A4 Size .
- Language : Assamese
- You can submit offline and online ( via whatsapp)
- Must be hand written .
- Top 10 Essays will be published on our social media plateforms
